February 17, 2025 12:25 PM
মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ অংশগ্ৰহণ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে মৰিছাচ, মালদ্বীপ, নেপাল, ভূটান আৰু শ্ৰীলংকাৰ প্ৰতিপক্ষৰ সৈতে ওমানৰ ৰাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ড° জয়শং...