September 20, 2024 1:17 PM
ভূমি ৰাজহ আদায়ৰ বাবে ই-খাজনা ব্যৱস্থা মুকলি
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত ভূমি ৰাজহ আদায় ব্যৱস্থাৰ সৰলীকৰণ পদক্ষেপ হিচাপে ই-খাজনা ব্যৱস্থাৰ সুবিধা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত নাগৰিকসকলে কিউ আৰ ক'ড স্কেন কৰ...