April 8, 2025 9:27 PM
পৰ্তুগাল ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰ এগুয়াৰ ব্রাংকোৰ সৈতে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ বৈঠক
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি তেওঁৰ পৰ্তুগাল ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনা দেশখনৰ সদনৰ অধ্যক্ষ জোজে পেড্ৰ এগুয়াৰ ব্রাংকোৰ সৈতে এখন প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। পৰ্তুগ...