April 17, 2024 11:26 AM

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কামৰূপ মহানগৰ জিলা প্রশাসনৰ

নির্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন জিলাত ড্রাই ডে' ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ ড্রাই ডে ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'ব...