October 15, 2024 8:35 PM
অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক ডº এছ জয়শংকৰৰ সাক্ষাৎ
বিদেশ মন্ত্রী ডº এছ জয়শংকৰে আজি দিল্লীত অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু আহ-যাহৰ লগতে দক্ষতা বিকাশ আৰু বৃত্তিমূল...