March 27, 2025 8:12 PM
আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মৃদুপৱন নাথৰ জামিন নাকচ
আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথৰ জামিন আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰে । ইয়াৰ ফল...