December 23, 2024 8:14 PM
আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত ডাঃ মৃদু পৱন নাথৰ অগ্রিম জামিন নাকচ
আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ এনাছথেছিয়া বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৃদু পৱন নাথৰ অগ্রিম জামিন নাকচ কৰিছে। ন্যায়...