April 25, 2025 11:35 AM
ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পহলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত কালি তিনিচুকীয়া জিলাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্রদ্ধা তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ডু...