April 10, 2025 8:24 PM
শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ
শুল্ক ব্যৱস্থা সন্দৰ্ভত চীনে আমেৰিকাৰ সৈতে সংঘাট বিচৰা নাই বুলি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্র লিন জিয়ানে কয়, যে চীন ক্ষান্ত নাথাকিব। জনসাধাৰণৰ বৈধ অধিকাৰ খৰ্ব হবলৈ দি...