September 30, 2024 8:41 PM
কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ...