November 27, 2024 7:32 AM
ডি এল চি অভিযানৰ তৃতীয় সংস্কৰণে অভিলেখ সংখ্যক ১ কোটিৰো অধিক লোকক সামৰি লৈছে : মন্ত্ৰী ড° জিতেন্দ্র সিং
পেঞ্চনাৰ আৰু বৃদ্ধ নাগৰিকৰ সুবিধাৰ বাবে প্ৰৱৰ্তন কৰা ডিজিটেল জীৱন প্ৰমাণ পত্ৰ, অৰ্থাৎ ডি এল চি অভিযানৰ তৃতীয় সংস্কৰণে অভিলেখসংখ্যক এক কোটিৰো অধিক লোকক সামৰি লৈছে। কৰ্মচাৰী, ওজৰ-আপত্তি নি...