December 11, 2024 9:07 PM
শ্ৰীলংকাৰ কলম্বো পশ্চিম আন্তর্জাতিক টার্মিনেল প্রকল্প আদানী প’র্টছে নিজা পুঁজিৰে সম্পূৰ্ণ কৰিব
গৌতম আদানী নেতৃত্বাধীন কোম্পানী আদানী প’র্টছে শ্ৰীলংকাৰ কলম্বো পশ্চিম আন্তর্জাতিক টার্মিনেল প্রকল্প নিজা পুঁজিৰে সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ বাবে আদানী প’র্টছে মার্ক...