April 26, 2025 12:10 PM
ডিব্ৰুগড়ত কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি পূৰ্বাঞ্চল অসম বাণিজ্য আৰু উদ্যোগ সংস্থাৰ
কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কালি সন্ধিয়া ডিব্ৰুগড়ত পূৰ্বাঞ্চল অসম বাণিজ্য আৰু উদ্যোগ সংস্থাই এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে। সংস্থাৰ ...