January 25, 2025 12:43 PM
কাইলৈ গণৰাজ্য দিৱস, দিল্লীত ৬ তৰপীয়া সুৰক্ষা ব্যৱস্থা
দেশজুৰি কাইলৈ গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লীত নিশ্ছিদ্র নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱ...