December 27, 2024 5:58 PM
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত পাতলীয়া বৰষুণ
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত আজি পুৱাৰ ভাগত পাতলীয়া বৰষুণ হয়। অৱশ্যে কুঁৱলীৰ বাবে মহানগৰখনৰ দৃশ্যমানতা হ্ৰাস পায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি পুৱা ৮ বজাত ...