February 14, 2025 12:39 PM
নিকি পুন্নাচা আৰু কাৰ্টনি লক দিল্লী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ
দিল্লী অপেন টেনিছ প্রতিযোগিতাত ভাৰতৰ নিকি পুন্নাচা আৰু জিম্বাব'ৱেৰ কাৰ্টনি লক পুৰুষৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আজি দুপৰীয়া হ'বলগীয়া ছেমি ফাইনেলত যুটিটোৱে ব্রিটেন ডেনমার্...