February 4, 2025 12:13 PM
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ-ভোটগণনাৰ দিনকেইটাত মেট্ৰ’ ৰে’লসেৱা পুৱা ৪ বজাৰ পৰা আৰম্ভ হ’ব
দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনা দিনকেইটাত নিৰ্বাচনী দায়িত্বত নিয়োগ কৰা লোকসকলৰ সহায়ক হোৱাকৈ দিল্লী মেট্ৰ’ ৰেল সেৱা পুৱা ৪ বজাত আৰম্ভ হ'ব। এই দিনকেইটাত পুৱা ৪ বজাৰ পৰা প...