February 9, 2025 6:54 PM
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ উপৰাজ্যপাল ভি কে চাক্সেনাৰ ওচৰত পদত্যাগপত্র দাখিল
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভি কে চাক্সেনাক সাক্ষাৎ কৰি পদত্যাগপত্র দিয়ে। যোৱা বছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ...