ডাউনলোড
মোবাইল এপ

android apple
signal

April 20, 2025 10:53 AM

দিল্লীৰ মুস্তাফাবাদত এটা চাৰি মহলীয়া ভৱন খহি ১১ জন লোকৰ প্ৰাণহানি

দিল্লীৰ মুস্তাফাবাদ এলেকাত কালি পুৱতি নিশা এটা চাৰি মহলীয়া ভৱন খহি পৰাৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱায়। ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা ৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন ৬ জনক চ...