March 23, 2025 7:59 PM
সোমবাৰৰ পৰা দিল্লী বিধানসভাৰ বাজেট অধিৱেশন
দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশন অহা ২৮ মার্চলৈ অব্যহত থকাৰ কথা। প্রয়োজনত এই সময়সীমা সম্প্ৰসাৰিত হ'ব পাৰে। এই অধিৱেশনত কাইলৈ দিটিচিৰ কাম-কাজ সন্দৰ্ভত চি এ জি প্...