May 15, 2024 11:40 AM
ৰাজ্যত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত ডিজিটেল লেনদেনত ১০ লাখ কোটি টকা অতিক্ৰম
সমগ্ৰ দেশৰ লগতে অসমতো ডিজিটেল লেনদেনে দৈনিক নতুন অভিলেখ ৰচনা কৰিছে। বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহতে এই লেনদেনে ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে। কোভিড সংক্ৰমণৰ পাছৰে পৰা ডিজিট...