November 28, 2024 11:48 AM
নতুন দিল্লীত আজিৰে পৰা প্ৰতিৰক্ষা সহযোগিতা দিৱস
সশস্ত্র বাহিনী আৰু প্ৰতিৰক্ষা উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আজিৰে পৰা নতুন দিল্লীত প্ৰতিৰক্ষা সহযোগিতা দিৱসৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত কয়, যে এই দুদিনীয...