January 5, 2025 7:08 PM
গুৱাহাটীৰ দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ
গুৱাহাটীৰ দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত আজিৰেপৰা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱাৰে পৰা বিলৰ পাৰত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। বিলত আন প্ৰজাতিৰ তুল...