April 9, 2025 8:21 PM
থিৰু কুমাৰী অনন্থনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ
৯২ বছৰ বয়সত আজি দেহাৱসান ঘটা বিশিষ্ট কংগ্ৰেছ নেতা থিৰু কুমাৰী অনন্থনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে তামিলন...