February 2, 2025 6:36 PM
দৰং জিলাৰ দলগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত মহিলাসহ দুগৰাকী লোক নিহত
দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী আৰু কৌপাটি সংযোগী গড়কাপ্তানী পথত সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ মুঠ দুগৰাকী লোক নিহত হোৱাৰ লগতে দুটি শিশু আহত হয়। আমাৰ সংবাদদাতাই জনোৱা ম...