May 13, 2024 8:33 PM
দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত সজাগতা সভা
দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত আজি মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু দৰং কৰ্কট কেন্দ্ৰৰ সহযোগত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত দৰং কৰ...