October 22, 2024 9:19 PM
বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ
বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু ...