March 23, 2025 6:41 PM
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত নতুনকৈ নিৰ্মাণ কৰা এছ এম হাস্পতালত আজি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। পুৱাৰে পৰা হাস্পতালখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ ...