February 11, 2025 8:28 PM
চাইবাৰ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে ৰাজ্যত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন
চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ ভিন ভিন জিলাত প্ৰশাসনৰ উদ্যোগত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন কৰা হৈছে। চৰাইদেউ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্...