January 5, 2025 8:26 PM
চি এছ আই আৰে পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙৰ ঘোষণা
বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ - চি এছ আই আৰে বিষ উপশম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্র...