ডাউনলোড
মোবাইল এপ

android apple
signal

April 21, 2025 11:21 AM

আই পি এলঃ দেওবাৰে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

● মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্...

April 11, 2025 7:01 PM

আই পি এলত সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম. এ. চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। চেন্নাই ...

April 9, 2025 8:10 PM

পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন

বৰপেটা জিলা ক্রিকেট দলে ১৪ বছৰ অনুৰ্দ্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে আজি বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখ...

April 9, 2025 3:28 PM

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ vs ৰাজস্থান ৰয়েলছ

• আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইপিন...

April 3, 2025 8:28 PM

১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A তৃতীয়খন খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত

  অসম ক্রিকেট সন্থাৰ উদ্যোগত আয়োজিত ১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A আজি তৃতীয়খন খেল মৰিগাঁও জিলা ক্রীড়া সন্থাৰ আতিথ্যত আৰু ক্ৰিকেট উপ-সম...

April 1, 2025 12:32 PM

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

● আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাৰ এখন খেলত কালি নিশা মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে মা...

March 28, 2025 6:33 PM

বৰপেটাত আজিৰে পৰা ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্রিকেট প্ৰতিযোগিতা আৰম্ভ

বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্রিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগ আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত এই প্রতিযোগিতাৰ আয...

March 27, 2025 12:10 PM

আই পি এলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ

■ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰ...

March 19, 2025 9:24 PM

২৬ আৰু ৩০ মাৰ্চত বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত আই পি এল

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত হ’বলগীয়া আই পি এলৰ খেল দুখনৰ বাবে ষ্টেডিয়ামৰ সমীপৰ অস্থায়ী কাউণ্টাৰত টিকট বিক্ৰী হৈ আছে। কালিৰেপৰা টিকট কাউ...

March 17, 2025 7:21 PM

উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত ২৩ বছৰ অনুৰ্ধৰ মহিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ

উত্তৰ গুৱাহাটীৰ ডেকাবাৰীৰ অসম ক্রিকেট সন্থাৰ নৱনিৰ্মিত ক্রিকেট গ্রাউণ্ডত আজি ২৩ বছৰ অনুৰ্ধৰ মহিলা ক্রিকেট প্রতিযোগিতা আৰম্ভ হৈছে। আজিৰ প্ৰথমখন খেলত হাৰিয়ানাই কৰ্ণাটকক ছয় উইকেটত পৰাস...