December 11, 2024 1:20 PM
শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত অভিযুক্তক চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়
চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশে কালি এটি কন্যা শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত চলোৱা গোচৰত অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। অভিযুক্ত জিলাখনৰ বাসুগাঁও চহৰৰ ব্যৱস...