May 1, 2024 8:35 PM
অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা
কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হকে ধুবুৰীত এখন নির্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতালৈ আহিলে অৱহেলিত-বঞ্চিত মহিলাসকলক বছৰ...