April 25, 2025 12:16 PM
ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক গ্ৰেপ্তাৰ
ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক কালি সন্ধিয়া বিধি বলৱৎকাৰী সঞ্চালকালয়ে জলজীৱন মিছন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। জয়পুৰত থকা সঞ্চালকাল...