February 21, 2025 11:11 AM
কংগ্ৰেছে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে ষড়যন্ত্ৰ, বিদেশী ধন ব্যৱহাৰৰ অভিযোগ বিজেপিৰ
কংগ্ৰেছে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা আৰু বিদেশী ধন ব্যৱহাৰ কৰা বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দ...