April 1, 2025 6:29 PM
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন
দুদিনীয়া ভ্রমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন কৰে। বিহালী সমষ্টিত এই আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় ২৩ হাজাৰ গৰাকী ম...