October 23, 2024 7:12 PM
বিদ্যুতৰ উপলব্ধতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ ৩০০ কোটি টকা বিনিয়োগেৰে ২৬টা উপ-কেন্দ্ৰ স্থাপন
ৰাজ্য চৰকাৰে ৰাজ্যখনত বিদ্যুতৰ উপলব্ধতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবলৈ চলিত বছৰৰ এই পর্যন্ত ৩০০ কোটি টকা বিনিয়োগ কৰি ২৬টা উপ-কেন্দ্ৰ নিৰ্মাণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই এ...