February 21, 2025 7:23 PM
প্ৰয়াগৰাজৰ ত্রিবেণী সংগমত পৰিয়ালসহ মুখ্যমন্ত্রীৰ পবিত্ৰ স্নান
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ উপলক্ষে আজি ত্রিবেণী সংগমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালৰ সৈতে পবিত্ৰ স্নান কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ড° শৰ্মাই কয় যে ত্র...