April 16, 2025 7:52 PM
গুৱাহাটীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো চিকিৎসালয় পৰিদৰ্শন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বিৰুবাৰীত নির্মীয়মান প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ১৫ আগ...