March 22, 2025 12:16 PM
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত অসম বিধানসভা আৰু বিধায়ক আবাস নির্মাণস্থলী পৰিদৰ্শন
ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি দিয়াৰ পাছতে ডিব্ৰুগড়ক উন্নয়নমূলক আঁচনি ৰূপায়ণৰ তৎপৰতা বৃদ্ধি পাইছে। ডিব্ৰুগড়ৰ খনিকৰত ৰাজ্যৰ দ্বিতীয় বিধানসভা গৃহ ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ...