March 3, 2025 11:49 AM
বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিব : মন্ত্রী কে ৰামমোহন নাইডু
জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিব বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কালি প্ৰকাশ কৰে। মন্ত্ৰী...