August 29, 2024 11:42 AM

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী বিষয়া ৰাজৱিন্দ্ৰ সিং ভাটিক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চি আই এছ এফৰ সঞ্চালক প্রধান হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৯০ চনৰ ভাৰতীয় আৰক্ষী ...