August 11, 2024 12:18 PM

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদামৰ গৱেষণাত গুৰুত্ব আৰোপ কৰা হ’ব বুলি অসম চৰকাৰৰ প্ৰকাশ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ সৈতে এই সন্দৰ্ভত গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰ...