July 23, 2024 10:32 AM

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত ১৪ জন লোকৰ মৃত্যু

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষই কালি সন্ধিয়া প্ৰকাশ কৰা অনুসৰি এইপর্যন্ত ১৪ জন লোকৰ মৃতদেহ উদ্ধ...