September 1, 2024 12:23 PM

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দিছপুৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কালি দিছপুৰত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবে এখন বিশেষ পর্যালোচনা বৈঠকত অংশগ্ৰহণ ...