February 2, 2025 12:22 PM
ছত্তীশগড়ৰ বিজাপুৰ জিলাত সুৰক্ষা বাহিনীৰে সংঘৰ্ষত ৮ জন মাওবাদী নিহত
ছত্তীশগড়ৰ বিজাপুৰ জিলাত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে জিলাখনৰ গংগলুৰ এলেকাত কেইজনমান মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লা...