April 20, 2025 10:58 AM
ছত্তিশগড়ৰ নাৰায়ণপুৰত চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীৰ আত্মসমৰ্পণ
ছত্তিশগড়ৰ নাৰায়ণপুৰত কালি চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। ছত্তিশগড়ৰ ছুকমা জিলাত পৰহি ৯ গৰাকী মহিলাসহ আন ২২ জন মাওবাদীয়ে আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰি...