February 21, 2025 12:25 PM
এক্ট ইষ্ট নীতিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ ভাৰত সমৰ্থ
এক্ট ইষ্ট নীতিৰ জৰিয়তে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত নিজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সমৰ্থ হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি তৃতীয় দিনা এই সন্দৰ্ভত উত্থ...