November 28, 2024 11:50 AM
ডাই-এমনিয়াম ফছফেট সাৰৰ উপলব্ধতা বৰ্তাই ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ গ্ৰহণ
কেন্দ্ৰীয় চৰকাৰে ডাই-এমনিয়াম ফছফেট (DAP) সাৰৰ উপলব্ধতা বৰ্তাই ৰাখিবলৈ আৱশ্যকীয় পদক্ষেপ লৈছে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য ৰে'লৱে আৰু স�...