December 12, 2024 12:03 PM
অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে অহা বৰ্ষৰ ৩১ মাৰ্চলৈকে প্ৰযোজ্য ঘেঁহুৰ মজুতৰ সীমা সংশোধন কৰাৰ সিদ্ধান্ত লৈছে। সামগ্রিক খাদ্য সুৰক্ষা পৰিচালনাৰ বাবে আৰু অসাধু ব্যৱসায়ীক ৰোধ কৰিবলৈ কেন্দ্ৰই ব্যৱসায়...